Monday, 15 December 2025
Sunday, 14 December 2025
Sunday, 7 December 2025
Arundel Castle ভ্ৰমণ: England's Majestic Fortress and Its Enchanting Gardens
বৰ্তমান মই দক্ষিণ ইংলেণ্ডৰ West Sussex ৰ ৱৰ্থিং (Worthing) নামৰ ঠাইত আছো আৰু আজি অৰুণ্ডেল দুৰ্গ (Arundel Castle) ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছো।
দক্ষিণ ইংলেণ্ডৰ West Sussex ৰ অৰুণ্ডেল নামৰ এখন চহৰত অৱস্থিত অৰুণ্ডেল দুৰ্গটো প্ৰায় ১০০০ বছৰ পুৰণি, যদিও ইয়াক পিছত বহুবাৰ উন্নীত আৰু পুনৰ নিৰ্মাণ কৰা হৈছিল। অৰুণ্ডেল চহৰৰ পূব দিশৰ মাজেৰে অৰুণ নদী বৈ গৈছে।
মই ৱৰ্থিঙৰ পৰা ৰাজহুৱা পৰিবহণৰ বাছ এখনত উঠিলোঁ, অৰুণ্ডেল পাবলৈ প্ৰায় এঘণ্টা সময় লাগিল।
দূৰৰ পৰাই দুৰ্গটো দেখা যায়।
অৰুণ্ডেল দুৰ্গ আৰু ইয়াৰ চৌপাশ |
দুৰ্গটোৰ Courtyard |
ইয়াৰ ভিতৰৰ এটা কোঠা |
Collector Earl ৰ বাগিচা |
টিউলিপ (Tulip) বাগিচাৰ এটা অংশ, Fitzalan Chapel ৰ সন্মুখত। |
সমাধিৰ এটা অংশ |
মূল পথটোত অলপ খোজ কাঢ়ি গৈ এটা ধুনীয়া গীৰ্জাঘৰ দেখা পালোঁ, ইয়াৰ নাম Arundel Cathedral.
Arundel Cathedrel |
Arundel Cathedral ত ইংৰাজী বিয়া দেখিলো । |
তাত সপ্তাহৰ কোনো এটা দিনত, আমাৰ গাঁৱৰ নিচিনা, সাপ্তাহিক বজাৰ বহে, য'ত খেতিয়কে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰি কৰে, সিহঁতে তাক farmer's market বুলি কয়।
Farmer's market ৰ এখন সৰু দোকান |
![]() বজাৰৰ পৰা মই এয়া কিনিলো, আমাৰ বগৰীৰ নিচিনা |
Subscribe to:
Comments (Atom)
-
এয়া ২০১৩ চনৰ জুন মাহ। বৰ্তমান মই দক্ষিণ ইংলেণ্ডৰ West Sussex ৰ ৱৰ্থিং (Worthing) নামৰ ঠাইত আছো আৰু আজি অৰুণ্ডেল দুৰ্গ (Arundel Castle) ভ...
-
ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...
-
মূল লেখাটো ইয়াত পঢ়ক পাহাৰৰ ওপৰত অৱস্থিত এটা বৃহৎ অট্টালিকা সদৃশ ঘৰ। বাচ বা ট্ৰেইনেৰে অহা যোৱা কৰোতে দেখি দেখি মনত সেইটো চোৱাৰ হেপাহ জ...
London
aaa
