ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো।
অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এখন ঠাইলৈ গৈ থাকিব লগা হৈছিল, বহু বছৰ, বহু বাৰ। এই ঠাইখনত দেখা শুনা বস্তুবিলাক মই ইয়াত সৰু সৰু আকাৰত লিখিছো।
১. আৰম্ভণি
২. ঠাইখনৰ ঘৰবিলাক
৩. সাগৰৰ পাৰ
৪. পৰিবহন ব্যবস্থা
৫. তাৰ ৰাস্তা ঘাটবিলাক
৬. তাৰ মানুহৰ খাদ্য
৭. বতৰ
৮. দোকান পোহাৰ
৯. তাৰ মানুহৰ জীৱন-শৈলী
১০.ওচৰ পাজৰৰ ঠাইবোৰ
১১.সামৰণি
Sunday 10 December 2023
ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village
Subscribe to:
Post Comments (Atom)
-
Photo by DAVID ILIFF. License: CC BY-SA 3.0 মূল লেখাটো ইয়াত পঢ়ক ৩ আগস্ট, ২০১৩ । লন্ডনৰ পৰা প্ৰায় ৪ কি.মি. মান দূৰত অৱস্থিত, এইটো এট...
-
২০০৩ চন, আমি বাংগালোৰত কেইজনমান অসমীয়া বন্ধুৱে মেল পাতি থাকোতে কথাই কথাই স্কুটাৰেৰে Mysore যোৱাৰ পৰিকল্পনা হ'ল। মই তাৰ কিছু দিন আগতে...
-
মূল লেখাটো ইয়াত পঢ়ক পাহাৰৰ ওপৰত অৱস্থিত এটা বৃহৎ অট্টালিকা সদৃশ ঘৰ। বাচ বা ট্ৰেইনেৰে অহা যোৱা কৰোতে দেখি দেখি মনত সেইটো চোৱাৰ হেপাহ জ...
ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village
ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো। অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এ...
No comments:
Post a Comment