Sunday, 10 December 2023

ইংলেন্ডৰ গাওঁৰ অবিস্মৰণীয় অভিজ্ঞতা: The Allure of an English Village


ইংলেন্ডৰ এখন সৰু ঠাইত হোৱা মোৰ বিভিন্ন ধৰণৰ অভিজ্ঞতাৰ ওপৰত মই ইয়াত লিখিছো।
অফিচৰ কামৰ সূ্ত্ৰে মই Worthing নামৰ দক্ষিণ ইংলেন্ডত অৱস্থিত এখন ঠাইলৈ গৈ থাকিব লগা হৈছিল, বহু বছৰ, বহু বাৰ। এই ঠাইখনত দেখা শুনা বস্তুবিলাক মই ইয়াত সৰু সৰু আকাৰত লিখিছো।

১. আৰম্ভণি
২. ঠাইখনৰ ঘৰবিলাক
৩. সাগৰৰ পাৰ
৪. পৰিবহন ব্যবস্থা
৫. তাৰ ৰাস্তা ঘাটবিলাক
৬. তাৰ মানুহৰ খাদ্য
৭. বতৰ
৮. দোকান পোহাৰ
৯. তাৰ মানুহৰ জীৱন-শৈলী
১০.ওচৰ পাজৰৰ ঠাইবোৰ
১১.সামৰণি

beautiful places of England

Coming Soon